Markedets billigste bøger
Levering: 1 - 2 hverdage

অপৈণত

Bag om অপৈণত

এই অনুভৱৰ সংগ্ৰহ খনত মোৰ দ্বাৰাই এসোপামান অনুভৱৰ অপৈণত প্ৰকাশ কৰা গৈছে। হেপাঁ]হ সকলোৰে বৰ প্ৰিয়, সেই হেঁপাহৰ আহ্বান মৰ্মে অনুভৱবোৰ দুই-এটা শব্দৰে সজাইছোঁ। মোৰ মনত বৰ উন্নত নহয় বাবে অপৈণত নামটো ৰাখিছোঁ, কেতিয়াবা স্মৃতিৰ অনুভৱ বিচাৰি নাপালে এই পৃষ্ঠাবোৰ লুটিয়াই ৰোমন্থন কৰাৰ ইচ্ছা আছে,সেইবাবে ভুল শুদ্ধ বিচাৰ নকৰি যিদৰে আছে সেইদৰেই ইয়াত অনুভৱবোৰ সজাই থোৱা হৈছে.. জীৱনে আজিলৈ বহুখিনি শিকাইছে, অনুভৱ কৰাৰ দৰেই কবিতাত প্ৰকাশ কৰাৰ চেষ্টা কৰি কৰি গৈ আছোঁ, কিমানখিনি সফল হৈ আছে মোৰ সেই প্ৰচেষ্টা, মই হয়তো ভালকৈ তাকো হৃদয়ংগম কৰিব নোৱাৰিম..কিন্তু সেই প্ৰচেষ্টাৰ কোনোবাখিনিত মোৰ প্ৰেম লুকাই আছে বাবেই অনুভৱ প্ৰকাশৰ নৈ বৈ গৈ আছে..সেই নৈখনক সাগৰৰ লগত চিনাকি কৰি দিব পাৰিলেহে কোনোবাখিনিত সফল অনুভৱ কৰিম... অবিনাশ কলিতা

Vis mere
  • Sprog:
  • Assamesisk
  • ISBN:
  • 9789356678644
  • Indbinding:
  • Paperback
  • Udgivet:
  • 5. august 2023
  • Størrelse:
  • 127x203x5 mm.
  • Vægt:
  • 95 g.
Leveringstid: 2-3 uger
Forventet levering: 22. januar 2025
Forlænget returret til d. 31. januar 2025
  •  

    Kan ikke leveres inden jul.
    Køb nu og print et gavebevis

Beskrivelse af অপৈণত

এই অনুভৱৰ সংগ্ৰহ খনত মোৰ দ্বাৰাই এসোপামান অনুভৱৰ অপৈণত প্ৰকাশ কৰা গৈছে। হেপাঁ]হ সকলোৰে বৰ প্ৰিয়, সেই হেঁপাহৰ আহ্বান মৰ্মে অনুভৱবোৰ দুই-এটা শব্দৰে সজাইছোঁ। মোৰ মনত বৰ উন্নত নহয় বাবে অপৈণত নামটো ৰাখিছোঁ, কেতিয়াবা স্মৃতিৰ অনুভৱ বিচাৰি নাপালে এই পৃষ্ঠাবোৰ লুটিয়াই ৰোমন্থন কৰাৰ ইচ্ছা আছে,সেইবাবে ভুল শুদ্ধ বিচাৰ নকৰি যিদৰে আছে সেইদৰেই ইয়াত অনুভৱবোৰ সজাই থোৱা হৈছে.. জীৱনে আজিলৈ বহুখিনি শিকাইছে, অনুভৱ কৰাৰ দৰেই কবিতাত প্ৰকাশ কৰাৰ চেষ্টা কৰি কৰি গৈ আছোঁ, কিমানখিনি সফল হৈ আছে মোৰ সেই প্ৰচেষ্টা, মই হয়তো ভালকৈ তাকো হৃদয়ংগম কৰিব নোৱাৰিম..কিন্তু সেই প্ৰচেষ্টাৰ কোনোবাখিনিত মোৰ প্ৰেম লুকাই আছে বাবেই অনুভৱ প্ৰকাশৰ নৈ বৈ গৈ আছে..সেই নৈখনক সাগৰৰ লগত চিনাকি কৰি দিব পাৰিলেহে কোনোবাখিনিত সফল অনুভৱ কৰিম... অবিনাশ কলিতা

Brugerbedømmelser af অপৈণত



Find lignende bøger
Bogen অপৈণত findes i følgende kategorier:

Gør som tusindvis af andre bogelskere

Tilmeld dig nyhedsbrevet og få gode tilbud og inspiration til din næste læsning.